TICS Computer Education, Bezera Branch

TICS Computer Education, Bezera Branch Hi, This is a Computer Education and Courses Related Page , this institute is Situated at BEZERA,

Tics Computer institute Bezera branch ৰ তৰফৰ পৰা আমাৰ সকলোৰে মৰমৰ জুবিন দাদালৈ শ্ৰদ্ধাঞ্জলি 🙏🙏💐💐আপুনি আমাৰ মাজত সদায় জী...
20/09/2025

Tics Computer institute Bezera branch ৰ তৰফৰ পৰা আমাৰ সকলোৰে মৰমৰ জুবিন দাদালৈ শ্ৰদ্ধাঞ্জলি 🙏🙏💐💐
আপুনি আমাৰ মাজত সদায় জীয়াই থাকিব।
জোনবাই দেশত আপুনি সদায় জিলিকি থাকিব।
🙏🙏

আজি শালমাৰা(বেজেৰা) অৱস্থিত গোপালথান হাইস্কুলত TICS বেজেৰা শাখাৰ তৰফৰপৰা স্কুলৰ ষষ্ট শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ সকলো ছাত্ৰ-...
16/09/2025

আজি শালমাৰা(বেজেৰা) অৱস্থিত গোপালথান হাইস্কুলত TICS বেজেৰা শাখাৰ তৰফৰপৰা স্কুলৰ ষষ্ট শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত বৃত্তী পৰীক্ষা অনুষ্টীত কৰা হ’য়, উক্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীকে TICS বেজেৰা শাখাত বিনামূলীয়াকৈ তিনিমহীয়া কম্পিউটাৰ Class ৰ প্ৰশিক্ষন প্ৰদান কৰা হ’ব , উক্ত পৰীক্ষাত আমাক সম্পূৰ্ণ সহায়-সহযোগীতা কৰাৰ বাবে গোপানথান হাইস্কুলৰ প্ৰধান শিক্ষক তথা সমূহ শিক্ষক বৃন্দক TICS Computer Education. ৰ পৰা অশেষ ধন‍্যবাদ জনাইছো ।

Congratulations to All for Achieving the Computer DCA Diploma under TICS TICS Computer Education, Bezera Branch
27/07/2023

Congratulations to All for Achieving the Computer DCA Diploma under TICS TICS Computer Education, Bezera Branch

Address

BEZERA Chowk, BEZERA Mandakata Road, In Front Of BEZERA Auditorium
Gauhati
781121

Opening Hours

Monday 8am - 6pm
Tuesday 8am - 6pm
Wednesday 8am - 6pm
Thursday 8am - 6pm
Friday 8am - 6pm
Saturday 8am - 6pm

Telephone

+918399835424

Alerts

Be the first to know and let us send you an email when TICS Computer Education, Bezera Branch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TICS Computer Education, Bezera Branch:

Share