Ritu Moni Gayan

Ritu Moni Gayan এটা কঠিন আৰু জটিল পথৰ সিটো পাৰত সদায় এখন সুন্দৰ পৃথিৱী থাকে

14/10/2025

মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত




13/10/2025

মই কংগ্ৰেছৰ ভয় নাখাও, মই মাৰ গাখীৰ খাই জন্ম হৈছো।

মুখ্যমন্ত্ৰী এই বুলি ভাবিব নালাগে আমিও আমূল তাজা খাই জন্ম হোৱা নাই।




12/10/2025

হ'লে আম্বানীৰ নিচিনা ধনী হ'ব লাগে..!

নহ'লে মামাৰ নিচিনা দুখীয়া হ'ব লাগে, আমাৰ নিচিনা middle class হৈ লাভ নাই .!

Address

Puranigudam
Nagaon
782141

Alerts

Be the first to know and let us send you an email when Ritu Moni Gayan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category