20/08/2026
আমাৰ Independence Day Offer-ৰ সময়ছোৱাত আমাৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰি আমাক বিশ্বাস আৰু মৰম দিয়াৰ বাবে প্ৰতিগৰাকী গ্ৰাহকলৈ আন্তৰিক ধন্যবাদ। 🙏
আপোনালোকক এই বিশেষ অফাৰসমূহ আগবঢ়াব পাৰি আমি সঁচাকৈয়ে আনন্দিত আৰু কৃতজ্ঞ। আগন্তুক দিনতো আপোনালোকৰ বাবে আৰু অধিক ভাল অফাৰ আৰু সুবিধা লৈ আহিবলৈ আমি চেষ্টা কৰি থাকিম। ❤️
📢 এতিয়াও আমাৰ বিশাল Stock উপলব্ধ আছে!
❄️ Refrigerator
❄️ AC
🔋 Home UPS & Battery
আৰু September মাহত Mobile Phones-ৰ ওপৰত থাকিব বিশেষ অফাৰ! 📱🔥
গতিকে লগত থাকক, আমাৰ Page Follow কৰি থাকক আৰু পৰৱৰ্তী Update-ৰ বাবে Stay Tuned! ❤️
আপোনালোকৰ বিশ্বাসেই আমাৰ শক্তি। 🙏