Bhaskar Teron

Bhaskar Teron Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bhaskar Teron, Topatoli, Gauhati.

🙏💐🙏 সু-প্ৰভাত, সকলোকে মোৰ ফেচবুক পেজ টো লৈ স্বাগতম জনালোঁ।🙏🙏🌻🌻
🌺🌴🤝🤝লগতে, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ আগবাঢ়ি যাব বিচাৰোঁ🤝🌵🌲🦜🤝 আশীৰ্বাদ কৰিব যাতে মানুহক সহায় কৰিব পাৰোঁ। জয় আই অসম। 🌲🌲জয় জুবিন দা 🌾🪴🌵🌴💐🌻🌼🌷🌺🪷🌸

মানুহে নিজক সলনি কৰাৰ আগত আমাৰ চিন্তা ধাৰা বোৰ সলনি কৰিব লাগে। তেতিয়াহে সফল হোৱা সম্ভাৱনা থাকে।
23/02/2026

মানুহে নিজক সলনি কৰাৰ আগত আমাৰ চিন্তা ধাৰা বোৰ সলনি কৰিব লাগে। তেতিয়াহে সফল হোৱা সম্ভাৱনা থাকে।

23/02/2026

মানুহৰ জীৱনত অহংকাৰীয়ে হৈছে অধঃপতন ৰ মূল।

23/02/2026

অকল মই শিক্ষিত হলে নহব, সমাজখনকো শিক্ষিত কৰিব লাগিব তেতিয়াহে আগুৱাই যাব পাৰিব।

যদি মানুহে আপোনাক ভাল পাব লাগে, তেন্তে সেইবোৰ কাম কেতিয়াওঁ নকৰিব। যিবোৰ কাম আনৰ মনত আঘাত দিয়ে। কিছু সৰু সৰু কথা লৈ।
23/02/2026

যদি মানুহে আপোনাক ভাল পাব লাগে, তেন্তে সেইবোৰ কাম কেতিয়াওঁ নকৰিব। যিবোৰ কাম আনৰ মনত আঘাত দিয়ে। কিছু সৰু সৰু কথা লৈ।

Address

Topatoli
Gauhati
782403

Alerts

Be the first to know and let us send you an email when Bhaskar Teron posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share