Newton Pegu

Newton Pegu My name is Newton Pegu.I am Chief Technology Officer of first indigenous(Mising) Company Gaseng �

Contact :- 9678732092 আৰু 8638735019ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত থলুৱা জনগোষ্ঠীৰ প্ৰথম কোম্পানী গাচেংত  সকলোৱে যো...
02/05/2023

Contact :- 9678732092 আৰু 8638735019
ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত থলুৱা জনগোষ্ঠীৰ প্ৰথম কোম্পানী গাচেংত সকলোৱে যোগদান কৰি উপাৰ্জন কৰি আছে। আপুনিও গাচেং ত যোগদান কৰি daily income কৰি থাকিব পাৰিব। অধিক জানিবলৈ যোগাযোগ কৰক - 096787 32092

📞9678732092 মিচিং ৰ প্ৰথম কোম্পানী গাচেং ত জড়িত হৈ income কৰি থাকিব বিচাৰিলে তলৰ নম্বৰত যোগাযোগ কৰিব :- 9678732092 আৰু ...
22/04/2023

📞9678732092 মিচিং ৰ প্ৰথম কোম্পানী গাচেং ত জড়িত হৈ income কৰি থাকিব বিচাৰিলে তলৰ নম্বৰত যোগাযোগ কৰিব :- 9678732092 আৰু 8638735019

15/04/2023

গাচেং ক?What is Gaseng eMarketing LLP, Main aim and objective of Gaseng Company , Newton Pegu

_আজি গুৱাহাটীত বহাগ বিহুৰ উপলক্ষে 10000 নাচনী একেলগে নাচি বিশ্ব ৰেকৰ্ড গঢ়িব গৈ আছে।_ *কিন্তু মূল কথাটো হ'ল- অসম এখন বিভ...
14/04/2023

_আজি গুৱাহাটীত বহাগ বিহুৰ উপলক্ষে 10000 নাচনী একেলগে নাচি বিশ্ব ৰেকৰ্ড গঢ়িব গৈ আছে।_ *কিন্তু মূল কথাটো হ'ল- অসম এখন বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি।* _মিচিং,বড়ো,ৰাভা, তিৱা আদি বিভিন্ন জনগোষ্ঠীৰ বাৰে বৰণীয়া সংস্কৃতিয়ে অসমৰ সংস্কৃতিক অধিক সৌন্দৰ্য্যময় কৰি তুলিছে।_ *এনে প্ৰেক্ষাপটত বিহু নৃত্যৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ যাওঁতে মাত্ৰ এটা জনগোষ্ঠীৰে সাজ-পোছাক পৰিধান কৰাটো কিমান যুক্তিসংগত আৰু গ্ৰহণযোগ্য।* _আমাৰ মিচিং সাজ-পোছাক পৰিধান কৰাটো আমি বেয়া পোৱা নাই,বৰঞ্চ ভালেই পাইছো আৰু গৌৰৱ অনুভৱ কৰিছো।_ *কিন্তু বিহু নাচি বিশ্ব ৰেকৰ্ড কৰাৰ শুভসন্ধিক্ষত অকল এটা জনগোষ্ঠীৰে সাজ-পোচাক পৰিধান নকৰি অসমৰ সকলো জনগোষ্ঠীৰ সাজ-পোছাক পৰিধান কৰিলে আৰু অধিক সৌন্দৰ্য্য বৃদ্ধি হ'লহেঁতেন।* _তাৰ ওপৰত মতামত আগবঢ়াব বুলি আশা থাকিল। ধন্যবাদ 🙏।_ _*-নিউটন পেগু*_

Kunubai kinibo bisarile Contact koribo- 096787 32092
10/04/2023

Kunubai kinibo bisarile Contact koribo- 096787 32092

03/04/2023
15/03/2023

How to Register in Gaseng Company || Registration process of Gaseng eMarketing LLP ||গাচেং ৰেজিষ্টাৰ

Address

Vill :/Gali Mechaki
Jonai
787060

Alerts

Be the first to know and let us send you an email when Newton Pegu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Newton Pegu:

Share